1: আলস্যক (laziness and procrastination) পৰাভূত কৰাৰ গোপন ৰহস্য episode artwork

EPISODE · Nov 22, 2020 · 5 MIN

1: আলস্যক (laziness and procrastination) পৰাভূত কৰাৰ গোপন ৰহস্য

from Jeevan Uddipana (জীৱন উদ্দীপনা): Assamese Podcast by Dr Kamal Krishna Nath · host dr kamal krishna nath

কোনো কাম সময়মতে কৰিব নোৱাৰিলে তাৰ বাবে আমাৰ আলস্যক দোষাৰোপ কৰা দেখা যায়। কিন্তু কথাটো ভৱা ধৰণে সহজ নহয়। যদিও এয়া একপ্ৰকাৰ আলস্য ইয়াৰ অন্তৰালত কোনো গভীৰ কাৰণ লুকাই আছে। এই কাৰণবোৰ উৎঘাটন কৰি তাৰ নিৰাময়ৰ ব্যৱস্থা কৰিব পাৰিলে আলস্যক পৰাভূত কৰা নিশ্চয় সহজ হব। এই বিষয়ে আপোনাৰ প্ৰিয় অনুস্থান "জীৱন উদ্দীপনা" ডাঃ কমল কৃষ্ণ নাথে কিছু কথা আপোনালোকৰ উচৰত দাঙি ধৰিব বিচাৰিছে। আশা কৰিছোঁ‌ শুনি ভাল পোৱাৰ লগতে কিছু উপকৃত হয়। তেন্তে শুনি থাকক আপোনালোকৰ প্ৰিয় অনুস্থানটি।

Episode metadata supplied by the publisher feed · Published Nov 22, 2020

Embed this episode

NOW PLAYING

1: আলস্যক (laziness and procrastination) পৰাভূত কৰাৰ গোপন ৰহস্য

0:00 5:35

No transcript for this episode yet

We transcribe on demand. Request one and we'll notify you when it's ready — usually under 10 minutes.

No similar episodes found.

No similar podcasts found.

Frequently Asked Questions

How long is this episode of Jeevan Uddipana (জীৱন উদ্দীপনা): Assamese Podcast by Dr Kamal Krishna Nath?

This episode is 5 minutes long.

When was this Jeevan Uddipana (জীৱন উদ্দীপনা): Assamese Podcast by Dr Kamal Krishna Nath episode published?

This episode was published on November 22, 2020.

Can I download this Jeevan Uddipana (জীৱন উদ্দীপনা): Assamese Podcast by Dr Kamal Krishna Nath episode?

Yes. Use the download control on the episode player to save the publisher-provided media file.
URL copied to clipboard!