EPISODE · Mar 15, 2023 · 5 MIN
[Assamese] - Aadim ripu by ৰঞ্জু হাজৰিকা
from Access Unmissable Free Audiobooks in Mystery, Thriller & Horror, Suspense · host Sandy McClure
Please visit https://thebookvoice.com/podcasts/1/audiobook/832358 to listen full audiobooks. Title: [Assamese] - Aadim ripu Author: ৰঞ্জু হাজৰিকা Narrator: পাপলু চেতিয়া Format: Unabridged Audiobook Length: 2 hours 55 minutes Release date: March 15, 2023 Genres: Suspense Publisher's Summary: অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকা। তেখেতৰ প্ৰায়খিনি গ্ৰন্থতেই সততে দেখা যায় ৰহস্যৰ প্ৰয়োভৰ। তেনে এখনি গ্ৰন্থ 'আদিম ৰিপু'। কাহিনী গতি কৰিছে, ডকাইতিৰ দৰে কুকৰ্মক বৃত্তি হিচাপে লৈ জীৱন যাপন কৰা বীৰুৰ ঘটনাৰাজি লৈ। মৃত্যুসম বহু কষ্টকো নেওচি জীয়াই থাকে বীৰু। প্ৰতাপী ডকাইত বীৰু বাটৰ খোজনীয়া হোৱালৈকে এক মননশীল কাহিনী। এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে শুনিব লাগিব 'ষ্টৰীটেল'ত উপলব্ধ ৰঞ্জু হাজৰিকাৰ উপন্যাস 'আদিম ৰিপু'। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।
Embed this episode
NOW PLAYING
[Assamese] - Aadim ripu by ৰঞ্জু হাজৰিকা
No transcript for this episode yet
Similar Episodes
No similar episodes found.
Similar Podcasts
No similar podcasts found.