EPISODE · Sep 1, 2022 · 5 MIN
[Assamese] - Baastob Aru Bixaad by ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
from Top Full Audiobooks in Biography & Memoir, Memoirs · host Sterling Sporer
Please visit https://thebookvoice.com/podcasts/1/audiobook/836693 to listen full audiobooks. Title: [Assamese] - Baastob Aru Bixaad Author: ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী Narrator: Rahul Gautam Sharma Format: Unabridged Audiobook Length: 4 hours 52 minutes Release date: September 1, 2022 Genres: Memoirs Publisher's Summary: লীলাৱতী দেৱ চৌধুৰী কোন? তেওঁৰ জীৱনৰ ওপৰত ভিত্তি কৰি আগবাঢ়ি যায় কিছু ঘটনাৰাজি। অথবা পোহৰহীন পৃথিৱীত পোহৰ বিচাৰি হাবাথুৰি খোৱা কোনো এজন ব্যক্তি.. পোহৰহীনতাৰ পৰা পোহৰলৈ যাত্ৰা আৰম্ভ কৰিব পাৰি নে? কিয় কিছুমান ৰাজ্যৰ বাবে কন্যা সন্তান এতিয়াও অভিশাপ? ১৯৯৮ চনৰ কলিকতাৰ গ্ৰন্থমেলাত কি ঘটিছিল? কোন আছিল অনুপমা? নক্সাল আন্দোলনত উত্তাল হোৱা কলিকতাৰ এটা সময়ৰ জীৱন্ত দলিল। এখন আত্মজীৱনীমূলক আংগিক গ্ৰন্থ। কি আছে ইয়াৰ ভিতৰছোৱাত ? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ গ্ৰন্থ 'বাস্তৱ আৰু বিষাদ'।
Embed this episode
NOW PLAYING
[Assamese] - Baastob Aru Bixaad by ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
No transcript for this episode yet
Similar Episodes
No similar episodes found.
Similar Podcasts
No similar podcasts found.