EPISODE · Mar 4, 2023 · 4H 8M
[Assamese] - Kojola kuwolir jontrona : ৰঞ্জু হাজৰিকা
from Access Unmissable Free Audiobooks in Mystery, Thriller & Horror, Suspense · host ৰঞ্জু হাজৰিকা
Please visit https://thebookvoice.com/podcasts/1/audiobook/832368 to listen full audiobooks. Title: [Assamese] - Kojola kuwolir jontrona Author: ৰঞ্জু হাজৰিকা Narrator: পাপলু চেতিয়া Format: Unabridged Audiobook Length: 4 hours 8 minutes Release date: March 4, 2023 Genres: Suspense Publisher's Summary: অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকা। তেখেতৰ প্ৰায়খিনি গ্ৰন্থতেই সততে দেখা যায় ৰহস্যৰ প্ৰয়োভৰ। তেনে এখনি গ্ৰন্থ 'কজলা কুঁৱলীৰ যন্ত্ৰণা'। কাহিনী গতি কৰিছে দুটা পৃথক ধৰণে। ৰিপুৰ বশৰ্ৱতী হৈ নিজৰে সম্পত্তিবোৰৰ অনিৰাপত্তা বুলি ধৰি লৈ জীৱন যাপন কৰা এজন লোক ইন্দ্ৰজিৎ দত্তৰ কাহিনী। আনটো কাহিনী নিৰ্ধাৰিত লিপ্সাই কোঙা কৰা ডা° বিজয় চৌধুৰীৰ জীৱনৰ আধাৰত। এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে শুনিব লাগিব 'ষ্টৰীটেল'ত উপলব্ধ ৰঞ্জু হাজৰিকাৰ উপন্যাস 'কজলা কুঁৱলীৰ যন্ত্ৰণা'। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।
Embed this episode
Ready to play
[Assamese] - Kojola kuwolir jontrona : ৰঞ্জু হাজৰিকা
No transcript for this episode yet
Similar Episodes
No similar episodes found.
Similar Podcasts
No similar podcasts found.