EPISODE · Jun 1, 2022 · 5 MIN
[Assamese] - Kurosowar Sapon, Mor Sapon, Sihotor Sapon by অৰূপা পটংগীয়া কলিতা
from Access Essential Full Audiobooks in Fiction, Drama · host Dena Emmerich
Please visit https://thebookvoice.com/podcasts/1/audiobook/834935 to listen full audiobooks. Title: [Assamese] - Kurosowar Sapon, Mor Sapon, Sihotor Sapon Author: অৰূপা পটংগীয়া কলিতা Narrator: গায়ত্ৰী বৰা Format: Unabridged Audiobook Length: 9 hours 2 minutes Release date: June 1, 2022 Genres: Drama Publisher's Summary: কুৰোশ্বোৱাৰ সপোন, মোৰ সপোন, সিহঁতৰ সপোন গল্প সংকলন খনিৰ লেখিকা অৰূপা পটঙ্গীয়া কলিতা। এই সংকলনখনিৰ উপজীব্য ইতিহাস-চেতনাই সৃষ্টি কৰা বিষাদ আৰু যন্ত্ৰণা, দিশাহীন বিপৰ্যস্ত কৈশোৰ আৰু যৌৱন ধৰ্ম-জাতি গোষ্ঠী-ভাষাভিত্তিক ৰাজনীতিয়ে বিধ্বস্ত কৰা মানৱীয় মূল্যবোধ আৰু প্ৰতিৰোধৰ চিৰন্তন চেতনা। দ্ৰুতভাবে সলনি হবলৈ ধৰা সময়খিনিৰ গতি-প্ৰকৃতি নিৰ্ণয় কৰিব বাবে কুৰোশ্বোৱাৰ সপোনৰ ওচৰ চাপিছে, জিলেনিক আৰু মৰিছনৰ নিৰ্মমতাক স্পৰ্শ কৰি সিয়ঁৰি উঠিছে, এই সকলোবোৰৰ মাজেদি মায়ামৃগৰ স্বৰূপ উন্মোচনৰ সাহসৰ পৰিচয় দিছে। সচা অৰ্থত এই এখন অতি মননশীল সংকলন। এই সংকলনখনিয়ে নিশ্চয়কৈ শ্ৰোতা ৰাজৰ হৃদয় চুই যাব।
What this episode covers

NOW PLAYING
[Assamese] - Kurosowar Sapon, Mor Sapon, Sihotor Sapon by অৰূপা পটংগীয়া কলিতা
No transcript for this episode yet
Similar Episodes
No similar episodes found.
Similar Podcasts
No similar podcasts found.