EPISODE · Dec 14, 2021 · 5H 3M
Listen to [Assamese] - Xorilot Ekura Jui by চৈয়দ আব্দুল মালিক
from Explore Top-Rated Audiobooks for Your Library · host চৈয়দ আব্দুল মালিক
Please visit https://thebookvoice.com/podcasts/1/audiobook/834933 to listen full audiobooks. Title: [Assamese] - Xorilot Ekura Jui Author: চৈয়দ আব্দুল মালিক Narrator: লিওচিন্যা বৰচেতিয়া Format: Unabridged Audiobook Length: 5 hours 3 minutes Release date: December 14, 2021 Genres: Literary Fiction Publisher's Summary: ৰূপে গুণে ধুনীয়া এজনী ছোৱালী ফিৰোজা, জগত জিনিব বিচৰা চঞ্চল তটিনী যেন এজনী ছোৱালী। আৰু বিচৰাধৰণেই আগুৱাই যোৱাত তাইৰ কাৰণে যেন একোৱে বাধা নাই এই পৃথিৱীত! উপযুক্ত সময়ত ধন-মান-যশেৰে পৰিপূৰ্ণ মৰমীয়াল প্ৰেমিক বন্ধু জাহিদৰ লগত বিয়া। বন্ধুবৰ্গই ঈৰ্ষাৰ চকুৰে চাবপৰা এটা জীৱন। গৰ্বিত হ'ব পৰা এটা জীৱন! কিন্তু তাৰ পিছতো সুখ বিচাৰি হাঁহাকাৰ কৰিছিল নেকি ফিৰোজাই? নামহীন কিবা নোপোৱাৰ বেদনাত ধিক্কাৰ দিছিল নেকি জীৱনটোক? চাজ্জাদক অন্তৰংগভাৱে কিয় লগ পাব বিচাৰিছিল? কিন্তু এই চাজ্জাদ কোন? আৰু তেওঁৰ লগত সম্পৰ্ক? শেষত সুখী জীৱনৰ সংজ্ঞা বিচাৰি এটা সিদ্ধান্তত উপনীত হৈছিল ফিৰোজা। কিন্তু কি এই সিদ্ধান্ত! এই সকলোখিনি জানিবৰ বাবে শুনো আহক চৈয়দ আব্দুল মালিকৰ উপন্যাস 'শৰীলত একুৰা জুই'।
Embed this episode
NOW PLAYING
Listen to [Assamese] - Xorilot Ekura Jui by চৈয়দ আব্দুল মালিক
No transcript for this episode yet
Similar Episodes
No similar episodes found.
Similar Podcasts
No similar podcasts found.