PODCAST · education
Jeevan Uddipana (জীৱন উদ্দীপনা): Assamese Podcast by Dr Kamal Krishna Nath
by dr kamal krishna nath
নমস্কাৰ বন্ধুসকল, মই ডাঃ কমল কৃষ্ণ নাথে আপোনালোক সকলোকে মোৰ Podcast জীৱন উদ্দীপনালৈ স্বাগতম জনাইছোঁ। এই Podcast ত মই জীৱনৰ প্ৰতিটো দিশেই সামৰি লম। আশাকৰিছো আপোনালোকে ভাল পাব।
-
8
7. নিজকে ফিট হিচাপে গঢ় দিও আহকঃ (ফিটনেছ গঢ় দিয়াৰ প্ৰথম খোজ) : Basic knowledge to develop fitness
ফিটনেছ কোনেনো নিবিচাৰে। প্ৰত্যেকেই বিচাৰে। কিন্তু কিছু প্ৰাথমিক জ্ঞান, অকমান ধৈৰ্য আৰু সংকল্পৰ অভাৱত আমি এই ফিটনেছ যাত্ৰা আৰম্ভ কৰিব নোৱাৰে। এই Podcast episode টোত আমি আপোনাক নিজকে এজন ফিট ব্যক্তিৰ ৰূপত গঢ় দিবলৈ চেষ্টা কৰিম। আশাকৰিছো ভাল পাব।
-
7
My podcast (6): Brain boosting diets ( মগজুক শক্তিশালী কৰা খাদ্য )
কিছুমান খাদ্যবস্তুয়ে মগজুক আচৰিত ধৰণে শক্তিশালী কৰে। তাৰ বিষয়ে এই খণ্ডটো
-
6
5: স্মৃতি শক্তি বৃদ্ধি কৰাৰ ৭ টা উপায়। ডাঃ কমল কৃষ্ণ নাথ।
স্মৃতিশক্তি আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ। কিন্তু স্মৃতিশক্তি বৃদ্ধি কৰা সম্ভৱ নে? নিশ্চয় সম্ভৱ। আজিৰ এই খণ্ডটোত এনেকুৱা ৭টা উপায়ৰ কথা আলোচনা কৰা হৈছে যাৰ দ্বাৰা আমি অতি সহজে স্মৃতিশক্তি ভালেখিনি বৃদ্ধি কৰিবলৈ সক্ষম হম।
-
5
My podcast (4): আপোনাৰ স্মৃতি শক্তি হ্ৰাস হোৱা যেন অনুভৱ হৈছে নেকি!
দৈনন্দিন জীৱনত আমি কেতিয়াবা সৰু সৰু কথা পাহৰি যাওঁ। তেনে সময়ত আমাৰ স্মৃতি শক্তি কমি যোৱা যেন অনুভৱ হয়। কিন্ত কথাটো সিমান জটিল নহবও পাৰে। অথবা কেতিয়াবা আমি এই বিষয়টোক অৱহেলা নকৰি চিকিৎসকৰ ওচৰ চপা উচিত। এই বিষয়ে কিছু কথা অৱতাৰণা কৰিছে ডাঃ কমল কৃষ্ণ নাথে এই জীৱন উদ্দীপনা নামৰ অনুস্থানটিৰ মজিয়াত।
-
4
3: মগজুক শক্তিশালী কৰা ১০টা উপায়
মগজুটো হৈছে আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ কাৰণ ই অন্য সকলোবোৰ অংগ নিয়ন্ত্ৰণ কৰে। আজিৰ এই খণ্ডটো মগজুক শক্তিশালী কৰা ১০ ট এনে উপায়ৰ কথা আলোচনা কৰা হৈছে যিটো পালন কৰিবলৈ বিশেষ টান নহয় কিন্তু ই আমাৰ জীৱনলৈ উল্লেখনীয় পৰিবৰ্তন কঢ়িয়াই আনিব পাৰে। তেন্তে শুনি থাকক আজিৰ এই খণ্ডটো।
-
3
2: Dopamine detox কিয় প্ৰয়োজন আৰু কিদৰে আৰম্ভ কৰিব।
ডপামিন নামৰ ৰসায়নবিধ আমাৰ বাবে অতিকে প্ৰয়োজন কাৰণ ই প্ৰাণীৰ উৎসাহ আৰু স্ফূৰ্তি কঢ়িয়াই আনে। কিন্তু মগজুত উৎপন্ন হোৱা এই ৰসায়নবিধৰ অতিচাৰে মগজুৰ লগতে সমগ্ৰ দেহৰে ক্ষতি সাধন কৰে। তাৰ বাবে বিভিন্ন নিচা আৰু স্ফূৰ্তি উৎপন্ন কৰা সাধনবোৰৰ অত্যধিক ব্যৱহাৰক দোষাৰোপ কৰিব পাৰি। পিছে কিদৰে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। তাৰ প্ৰথম খোজ হৈছে ডপামিন উপবাস বা নিৰস্ত্ৰীকৰণ। এই বিষয়ে কিছুকথা আজিৰ প'দাকাষ্টটোত ডাঃ কমল কৃষ্ণ নাথে কব বিচাৰিছে। তেন্তে শুনকচোন।
-
2
1: আলস্যক (laziness and procrastination) পৰাভূত কৰাৰ গোপন ৰহস্য
কোনো কাম সময়মতে কৰিব নোৱাৰিলে তাৰ বাবে আমাৰ আলস্যক দোষাৰোপ কৰা দেখা যায়। কিন্তু কথাটো ভৱা ধৰণে সহজ নহয়। যদিও এয়া একপ্ৰকাৰ আলস্য ইয়াৰ অন্তৰালত কোনো গভীৰ কাৰণ লুকাই আছে। এই কাৰণবোৰ উৎঘাটন কৰি তাৰ নিৰাময়ৰ ব্যৱস্থা কৰিব পাৰিলে আলস্যক পৰাভূত কৰা নিশ্চয় সহজ হব। এই বিষয়ে আপোনাৰ প্ৰিয় অনুস্থান "জীৱন উদ্দীপনা" ডাঃ কমল কৃষ্ণ নাথে কিছু কথা আপোনালোকৰ উচৰত দাঙি ধৰিব বিচাৰিছে। আশা কৰিছোঁ শুনি ভাল পোৱাৰ লগতে কিছু উপকৃত হয়। তেন্তে শুনি থাকক আপোনালোকৰ প্ৰিয় অনুস্থানটি।
-
1
No matches for "" in this podcast's transcripts.
No topics indexed yet for this podcast.
Loading reviews...
ABOUT THIS SHOW
নমস্কাৰ বন্ধুসকল, মই ডাঃ কমল কৃষ্ণ নাথে আপোনালোক সকলোকে মোৰ Podcast জীৱন উদ্দীপনালৈ স্বাগতম জনাইছোঁ। এই Podcast ত মই জীৱনৰ প্ৰতিটো দিশেই সামৰি লম। আশাকৰিছো আপোনালোকে ভাল পাব।
HOSTED BY
dr kamal krishna nath
CATEGORIES
Loading similar podcasts...